Song: Aji Duware Duware (আজি দুৱাৰে দুৱাৰে)
Singer: Jyoti Prasad Agarwala
Aji Duware Duware Lyrics |
Aji Duware Duware Lyrics:–
আজি দুৱাৰে দুৱাৰে কিহৰ বাতৰি ফুৰে
আজি, কোনে কথা পাতে, পুৱতি নিশাৰে
কোনে কথা পাতে সন্ধিয়াৰে ?
আজি অসীমৰ, সুনীল গন্ধ
হাতত সাৰে
ভৰিত সাৰে
আহিছে গৈছে, বাৰে বাৰে
মোৰ গানে যে তাক, চিনি নাপাই
চিনি পাই মোৰ সুৰে ৷৷