Song: Avravedi Ur (অভ্ৰ ভেদি উৰ)
Singer: Jyoti Prasad Agarwala
Avravedi Ur Lyrics |
Avravedi Ur Lyrics:—
উৰ উৰ উৰ
অভ্ৰ ভেদি উৰ
নীল আকাশত উৰ,
তৰাৰ মাজত উৰ
সবাৰে উপৰে উৰ
অ’ মোৰ
তিনি বৰণীয়া ভাৰতৰে বিজয় নিচান ৷
আলোকি বিমান
‘উৰ অ’ মোৰ ভাৰতৰে বিজয় নিচান ৷৷