Song: Janu Janu Xundor (জানো জানো সুন্দৰ)
Singer: Jyoti Prasad Agarwala
Janu Janu Xundor Lyrics |
Janu Janu Xundor Lyrics:—
জানো জানো সুন্দৰ
জানো জানো সুন্দৰ
পৃথিৱীয়ে তোক চিনি নাপায়
নিজৰ মুখনি যি
দাপোনত কোন কালে নিজে দেখা নাই…..
তাৰে ছবি আঁকি মই তাৰে আগতে দিলে
সিনো কেনেকৈ চিনি পায় ?
মই মোক চিনি পালে
তোকে চিনি পাম
তোকো চিনি পালে মই
মোকে বিচাৰি আক’
তোৰ মাজলে’কে লৰি যাম ৷৷