SONG: KANCHANJANGHA (কাঞ্চনজঙ্ঘা)
SINGER: ZUBEEN GARG FEAT. RAHUL GAUTAM & AUM S VARENYAM
Kanchanjangha Lyrics |
Kanchanjangha Lyrics:—
প্ৰথমৰ প্ৰভাতৰ
অৰুণৰ জ্যোতি
অনন্ৰি জুৰি মোৰ
আলোক নিত্য কৰি
বিয়পাই দৃৃশ্যৰ ৰঞ্জন দুটি
মোৰে আশে – পাশে গায়
কিন নৰি বালিকাই
আলোক বোধন মহাগীত
সন্ধিয়াই সন্ধিয়াই
বেলি বিদায় গানে
দিগন্ত কৰে মুখৰি
উদয় আৰু অস্তৰ
বৰ্ণ বৈচিত্ৰৰ
চয়া ময়া কাচুনেৰে কাছে
প্ৰহেলিকা ময় সমন আছে
(প্ৰোতজ?) কুশোবৰ লগে লগে লাখে লাখে
মৃদু মৃদু কম্পিত
সমীৰণ চন্দা
শৈল মালা দলে কস্তুৰী গন্ধা
অতিতৰো অতিতৰ
যি মহা অতিতে
বৰ্তমান ভেদি ভবিষ্যতলৈ যায়
মোৰে জুশালত বহি
বুৰঞ্জীৰ পাত লুতিয়াই
ভবিষ্যতৰ কথা কয়
কল্পনালঙ্ঘা
শুনো বহি বহি মই
কাঞ্চনজঙ্ঘা
ভাৰতবৰ্ষ
দেখি শুনি জাগে মোৰ
বিষাদতো শৰ্ষ
প্ৰকৃতিৰ অভিনয় মানবী পুতলা
আহিল উথিল গ’ল
পাতি পাতি বিচিত্ৰ মেলা
হাঁহি আৰু কান্দুনৰ ন’ৱ ন’ৱ খেলা
ৰূপান্তৰে দিয়াহি
বৰণ সলাই হাঁহি
মানতিয়ে নাচে ভাৰতৰ মঞ্চত
যুগ কাল বাজনাৰে কৰিলৈ সংগত
তিনিবিধি সভ্যতাৰ নতুন মেখেলা
নাচি নাচি উৰুৱাই সূনোৱালী ধুলা
সেই ধুলিৰে ঢাক খায়
ধুলিতেই জহি যায় পুৰণি ভঙ্গা
পুনু ধুলিৰেই পৰা ৰূপ লৈ জাগে এক
ন’ৱ যুগ অংগা
অহৰহ আছে বৈ
সুৰ ধ্বনি গঙ্গা
ময়ো উদাহি আছো
কাঞ্চনজঙ্ঘা
দুগ দুগ দুগ দুগ দম্বৰু বাজে
মোৰে চোঁতালতে নিতে
(ত্ৰম্বকন????) আছে
বাজে ৰূদ্ৰতাল নাচে মহাকাল
অভিনব তান্দব
বিভিত বিভঙ্গ
উলংগ বিলংগ উলংগ বিলংগ
মুদ্ৰাত জ্বলি উঠে
সৃষ্টিৰ ইংগিত
দম্বৰুত বাজি উঠে
প্ৰলয়ৰ সঙ্গীত
নয়নৰ দৃষ্টিত
(ভাৰুক???) বৃষ্টি
মৰমৰ কল্পনাত
সেই জ্যোতিপ্ৰপাতত
গজি উঠে
যুগে যুগে
অভিনৱ কৃষ্টি অভিনৱ কৃষ্টি
দুগ দুগ দুগ দুগ দম্বৰু বাজে
সৃষ্টি সৃষ্টি বুলি মহাকালে নাচে
সৃষ্টিয়ে আদি সৃষ্টিয়ে অনাদি
সৃষ্টিৰ চক্ৰ মন্থিত কৰি ঘুৰে
প্ৰলয়ৰ তন্ত্ৰ
সৃষ্টিহে সৃষ্টি
চলে অহু ৰাত্ৰি
প্ৰলয় সৃষ্টিৰ যুগে যুগে মাতৃ
জীৱন জীৱন মাথো অনন্ত জীৱন
স্ফোৰণ স্ফোৰণ মাথো অনন্ত স্ফোৰণ
ঘুৰণ ঘুৰণ মাথো অনন্ত ঘুৰণ
মৰণে আনি দিয়ে মহা সঞ্জীৱন
ধ্বংশ, ধ্বংশ ক’ত ধ্বংশযে নাই
ধ্বংশতে সৃষ্টিয়ে পাতনি পেলাই
ঘোৰ প্ৰলয়ৰ তৰঙ্গাঘাতত
জলদ ধৰ্ষণত সৃষ্টিৰ বিদ্যুত ইংগিত জাগে
সৃষ্টিৰ মেঘ ৰাগে
সু-গভীৰ গাজনি গাজে
সৃষ্টি সৃষ্টি বুলি দুগ দুগ দুগ দুগ দম্বৰু বাজে
চৰাচৰ সৃষ্টি অমৃত সংঘা
শুভ্ৰকেশি মই
কাঞ্চনজঙ্ঘা
মাটিত কিৰণ তৰি
যি ফুল ফুলাই
সৰিলে জহিলে
মাটিলৈকে যায়
আলোকত সুৰভি বিলাই
মাটিৰ লগতে যি মাটি হৈ গ’ল
তাক জানো বিছাৰিলে পায়?
বিস্মৃতি গৰ্ভলৈ যি টি সোমায়
ভাৰতৰ মাটিতেই ক’ত মাটি ফুটি উঠা
ন’ৱ ন’ৱ (ৰূপ ধূৰস???)
কণ্ঠ বৰ্ণ গান হ’ল অৱসান
মাটিতেই নিজকে দিলে মিহলাই
খেলি মায়া ছায়া বাজি
আৰু নাই নাই
কাৰ আৰ কাপোৰ পেলাই অংগ
বিস্মৃত কল্পৰ শেষ চকুলোৰ শেষ বনৰীয়া সূৰ
কপি কপি জাহ গ’ল আন্ধাৰৰ অন্তৰালত
(পাহৰো???) আজি সুৰ গ’ল
শেষ কৰি পৃথিৱীৰ সাধুকথা তাৰ
কোনোবা অনন্তৰে খিন প্ৰতিধ্বনি ৰ’ল ৰূপান্তৰত
মাথো জাগি ৰ’ল
পৃথিৱীৰ মাটিৰ বুকুত চয়া ময়া ছাঁ তাৰ
মনত নপৰা অতিতৰ সপোনত
হাঁহিছিল মাতিছিল
যি আদিল প্ৰাণীৰ গানে
পৃথিৱীত পূৱাই পূৱাই
তাৰ দিন উকলিল
ল’লে সি চিৰ বিদায়
দম্বৰু বাজিয়ে ৰ’ল
মহাকালে নাচিলেহি বৰ বৰ তান্দৱ
জাগে য’ত মহাকায় দৈত্য দানৱ
যক্ষ ৰক্ষকতো অষুৰ সংগ
দিৱ্যস্ত্ৰ উল্লাষে নাচে অভংগ
(বৈ সাচি কামনাই???) দেখুৱাই
সোতা মোতা উৎকত ৰূপ
মুক্ত হ’ল সৌন্দয্যৰ আদিম স্বৰূপ
জ্বলিল পৃথিৱীজোৰি
কাম গন্ধি ধুপ
পৃথিৱীৰ প্ৰথম কলাই
অংগ আভাস দিয়া
কু-দৰ্শন ভ্ৰূণ ৰূপে আহিল ওলাই
কলা সৃষ্টিৰ আদি পাতনি পেলাই
কামষিকতাৰ হ’ল বিচিত্ৰ প্ৰকাশ
আষুৰি অসভ্যতাৰ পাৰশ্য বিলাস
দুৰন্ত কামনা য’ত
নিষ্ঠুৰ বাসনা শৃংখল বন্ধনহীনা
বজালেহি দানৱিয়ে বৰবৰি বাণী
আঘাতত জনমিল
সুৰুন্মক্ত ফুতন্ত চন্দ
ঝ্নঝা্লবৃত (ৰেখনি ৰেখনি???) উঠে
দানৱীয় বাজনাৰ ঝংকাৰে গৰ্জে
উঠে শুংকাৰ
জ্বলেলিহি হান যজ্ঞৰ ভোগলালসাৰ
আসংযত তামষি তৃষ্ণাৰ
(থুমাকিৰ??) নকৰি জীৱনৰ পাৰা পাৰ
ক্ষণে ক্ষণে ঘটে মহামাৰ
আপোনিয়ে হয় ছাৰখাৰ
তমখৰ আন্ধাৰত
ৰজখৰ পোহৰ পৰি
দানৱীয় চেতনাত
মেধা আৰু মনিষাৰ
কল্পনাৰ নৱতম প্ৰভাত জাগিল
নৱ সুৰে নৱতাৰে বাজনা বাজিল
অতিতে লুকোৱালে বুৰঞ্জীৰ পাত
হ’ল পৃথিৱীৰ জীৱনৰ নৱসূত্ৰপাত
ইন্দ্ৰ তৃপ্তিৰ প্ৰচন্দ সাধন
কল্পনাৰ পাহি মেল খালে অগনন
মেধা আৰু মনিষাৰ ইচ্ছাৰ প্ৰসাৰ
দানৱীয় আকাংক্ষা মহাদূৰ্ণীবাৰ
আষুৰী সম্পদ লৈ লৰিল দানৱ
গঢ়িেল সভ্যতা
জগতত অভিনৱ
স্বৰ্গে স্বৰ্গে য’ত দেৱতাৰ ত্ৰাস
শুনি অষুৰৰ অৰ্তসাষ
দুৰে দুৰে জাগে য’ত মানৱৰ দল
সিঁহতৰ কল্পনাত স্বৰ্ণকমল
সিঁহতৰ মনিসাত অভ্ৰুদয়িলে জ্যোতিষ্মান
নৱতম প্ৰভাতৰ দিব্যতম গান
অৱসান পৃথিৱীৰ
তাৱসি ৰাত্ৰি
গায়ত্ৰী চন্দে নাচে দলে দলে
য’ত আলোকৰে যাত্ৰী
অৱসান পৃথিৱীৰ
তাৱসি ৰাত্ৰি
গায়ত্ৰী চন্দে নাচে দলে দলে
য’ত আলোকৰে যাত্ৰী