Song – Monor Nijanot
Singer/Music Composer- Zubeen Garg
Musical Treatment/Concept – Ajoy Phukan & Rex Boro
Mixed & Master – Palash Gogoi
Monor Nijanot Junak Lyrics |
Monor Nijanot Junak Lyrics:–
মনৰ নিজানত জোনাক
আছিলে,
তোমাৰ মৰমৰ সুবাস
সানিলৈ ।
হঠাতে শুকালে পোহৰৰ
ফুলনি ।
নীলিমাৰ মাজতো নাথাকা
যে তুমি,
নাহিবা বেদনা হৈ বুকু
ভৰাই ।
মনৰ নিজানত জোনাক
আছিলে,
তোমাৰ মৰমৰ সুবাস
সানিলৈ ।
হঠাতে শুকালে পোহৰৰ
ফুলনি ।
নীলিমাৰ মাজতো নাথাকা
যে তুমি,
নাহিবা বেদনা হৈ বুকু
ভৰাই ।
হৃদয়ে আৱেগক নোৱাৰে
সহিব
চকুলো বাগৰে নিৰৱে ।
কিমান সাৱটিম নোপোৱাৰ
সপোন
বুকুৰ উমেৰে সজোৱা ।
দুখৰ তৰাহৈ নাচাবা
চকুলৈ মোৰ উৰে নিশা ।
মনৰ নিজানত জোনাক
আছিলে,
তোমাৰ মৰমৰ সুবাস
সানিলৈ ।
জীৱন সুৰভী তোমাৰ মাজতে
আছিল অকলে নিৰৱে ।
সঁচা প্ৰেমৰো উশাহ
আছিলে
অকলশৰীয়া বুকুতে ।
মৰুভূৰ মায়াহৈ নাহিবা
বুকুলৈ মোৰ মিছাকৈয়ে ।
মনৰ নিজানত জোনাক
আছিলে,
তোমাৰ মৰমৰ সুবাস
সানিলৈ ।
হঠাতে শুকালে পোহৰৰ
ফুলনি ।
নীলিমাৰ মাজতো নাথাকা
যে তুমি,
নাহিবা বেদনা হৈ বুকু
ভৰাই ।
মনৰ নিজানত জোনাক
আছিলে,
তোমাৰ মৰমৰ সুবাস
সানিলৈ ।