Tumi Hahi Diyana Lyrics, Tumi Hahi Diyana is a new Assamese song written by Gitartha Girin and featuring Papori Gogoi. Gitartha Girin wrote the lyrics for the song, and Palash Gogoi composed the music.
Song: Tumi Hahi Diyana
Singer: Gitartha Girin ft. Papori Gogoi
Music Composer: Palash Gogoi
Lyrics: Gitartha Girin
Find More Assamese Lyrics on AssameseLyrical.com
Tumi Hahi Diyana Lyrics in English
Tumi hahi diyaana
Mathu mure huwa na
Bukute epahi gulapu mur ruwaa na
Tumi Hahi Diyana Lyrics in Assamese
তুমি হাহি দিয়ানা
মাথোঁ মোৰে হোৱানা
বুকুতে এপাহী গোলাপো মোৰ ৰোৱা না
তুমি মৰম কৰানা মাথোঁ মোলে চোৱানা
বুকুতে সাবটি এবাৰ নিজৰ কৰানা
অ কজলা বাৰিষা হোৱা
এহাগৰে বাৰিষা হোৱা
অ কাচিয়লি ৰ’দৰে
একাজঁলী মৰম হোৱানা
তুমি হাহি দিয়ানা
মাথোঁ মোৰে হোৱানা
বুকুতে এপাহী গোলাপো মোৰ ৰোৱা না
জোন যেন মূখ খনি থাকে চোৱা উজলি
কপালৰে এটি সোন কজলা বেলি
দূটি মনৰে হাহিঁ বয় কথাৰে নদী
ইটো পাৰে যদি মই সিফালে তুমি
কবও নোৱাৰো তুমি যে আপোন
কেনেকৈ বুজাও তুমি মোৰ সপোন
তুমি আছা বাবেই আছো যে মই
তোমাতেই তুমি হৈ বিলাম
তুমি আছা বাবেই আছো যে মই
তোমাতেই তুমি হৈ বিলাম
ৰাতি কতেনো হেৰায়
চকুয়ে চকুলে আছা চাই চাই
তোমাৰে মৰমে দিয়ে উপচায়
দুয়ো দুয়োকে ধিয়াই
থাকিব খোজো সদায়
তোমাৰে নামত সেন্দুৰ বিলাই
কবও নোৱাৰো তুমি যে আপোন
কেনেকৈ বুজাও তুমি মোৰ সপোন
তুমি আছা বাবেই আছো যে মই
তোমাতেই তুমি হৈ বিলাম
তুমি আছা বাবেই আছো যে মই
তোমাতেই তুমি হৈ বিলাম