Babonn Bornil and Deeplina Deka sing Tumake Rakhu Bukute in Assamese. Prasant Das wrote the Assamese lyrics for the song. Babonn Bornil composed the music. Vicky Kalita composed the music.
Song: Tumake Rakhu Bukute
Singer: Babonn Bornil & Deeplina Deka
Music: Babonn Bornil
Lyrics: Prasant Das
Composition: Vicky Kalita
Music Label: Babon Bornil official
Find More Assamese Lyrics on AssameseLyrical.com
Tumake Rakhu Bukute Lyrics in English
তোমাকে 🎸 ৰাখোঁ মই 🎸 বুকুতে 🎸
🎸এৰি যাওঁ 🎸 বুলি নকবা 🎸 দেই
🎸যাচি দিম, 🎸 সাঁচি ৰখা 🎸 সকলো 🎸
তথাপি 🎸 আতঁৰিব নোৱাৰো 🎸
🎸বুকুতে ঘৰ 🎸সাজি ল’লা 🎸
🎸সোন তুমি 🎸 নজনাকে 🎸
🎸নোৱাৰিমেই 🎸থাকিব মই 🎸
🎸তুমি 🎸 নোহোৱাকে। 🎸
🎸অ’..অ’.. 🎸অ’..অ’… 🎸
🎸আ..আ.. 🎸আ..আ….. 🎸
🎸অ’..অ’.. 🎸অ’..অ’.. 🎸
🎸আ..আ.. 🎸আ..আ….. 🎸
🎸ভাবি ললোঁ নিজৰ 🎸 আপোন, তুমিহে 🎸নাভাবা 🎸
🎸আঁকি ললোঁ দুচকুতে 🎸 তুমিহে নেদেখা 🎸
🎸জানে বুজে 🎸সকলোৱে, তুমিহে নুবুজা 🎸
🎸আছে যদি মোলে 🎸 মৰম, কিয়নো 🎸নোকোৱা 🎸
🎸হেঁপাহ মোৰ 🎸 বাঢ়ে দিনে 🎸
🎸সোন তুমি 🎸 নজনাকে 🎸
🎸নোৱাৰিমে থাকিব 🎸মই 🎸
🎸তুমি নোহোৱাকে। 🎸
🎸অ’..অ’..অ’.. 🎸অ’… 🎸
🎸আ..আ..আ..আ…. 🎸.
🎸অ’..অ’.. 🎸অ’..অ’.. 🎸
🎸আ..আ.. 🎸আ..আ….. 🎸
🎸দুখৰ ভাগৰ 🎸 সময় আহি 🎸
🎸যাবগে দুৰলে 🎸ও 🎸
🎸কাষতে মোৰ 🎸 ৰোৱা যদি 🎸
🎸ওৰেটো 🎸 জীৱনলৈ 🎸
🎸জানা নহয় 🎸 আছো যে ৰৈ 🎸
🎸সোন তুমি 🎸অহালে 🎸
🎸তুমি আহি 🎸পূৰাবাহি 🎸
🎸ঠাই মোৰ 🎸 বুকুৰে। 🎸
🎸অ’..অ’.. 🎸অ’..অ’… 🎸
🎸আ..আ.. 🎸আ..আ…….. 🎸