Song: Dhora Nidiu Moi
Singer: Mausam Gogoi
Dhora Nidiu Moi Lyrics
ধৰা নিদিও মই
তোমাৰ আগত
বুকুৰ মাজতে
ভাল পাম
নিবিচাৰো মৰম
কোমল পৰশ
মাথো দুচকুৱে চাম
দুৰে দুৰে ৰ’লে তুমি
সপোনে সপোনে দেখা পাম
সপোন ভাঙি গ’লে তুমি
কান্দি কান্দিও সূখ পাম
AssameseLyrical.com
ধৰা নিদিও মই
তোমাৰ আগত
বুকুৰ মাজতে
ভাল পাম
নিবিচাৰো মৰম
কোমল পৰশ
মাথো দুচকুৱে চাম
জনমে আজি কিছো দিনৰ পৰা
যোৰাই যোৰাই বহু সপোন ভঙা
অকলে অকলে কথা পাতি পাতি
পূৱাই ৰাতি গাৰোক সোধি সোধি
গলানে টুপনি মোৰ জান
গলানে টুপনি মোৰ জান …
ধৰা নিদিও মই
তোমাৰ আগত
বুকুৰ মাজতে
ভাল পাম
নিবিচাৰো মৰম
কোমল পৰশ
মাথো দুচকুৱে চাম
বুকুতে সাঁচি বহু বুকুৰ বেঠা
বোজাই বৰাহি ৰাখো মনক জানা
পাবলে আশা বাঢ়ি বাঢ়ি
জ্বলাই মোকে প্ৰতি দিনে ৰাতি
কব হে নোৱাৰো মোৰ জান
কব হে নোৱাৰো মোৰ জান ….
ধৰা নিদিও মই
তোমাৰ আগত
বুকুৰ মাজতে
ভাল পাম
নিবিচাৰো মৰম
কোমল পৰশ
মাথো দুচকুৱে চাম
দূৰে দূৰে ৰ’লে তুমি
সপোনে দেখা পাম
সপোন ভাঙি গলে তুমি
কান্দি কান্দিও সূখ পাম
Have you found Any Mistakes in Dhora Nidiu Moi Lyrics?, Please Report In the Contact Section with the Correct Dhora Nidiu Moi Assamese Song Lyrics!, View More Assamese lyrics.