Song: Bukur Tezere Likha Gaan (বুকুৰ তেজেৰে লিখা গান)
Singer: Jyoti Prasad Agarwala
Bukur Tezere Likha Gaan Lyrics |
Bukur Tezere Likha Gaan Lyrics:—
বুকুৰ তেজেৰে লিখা গান মোৰ
চকুৰ পানীৰে নমচিবি
চকুৰ পানীৰে লিখা গান মোৰ
আলৈ আথানি
নকৰিবি৷
মোৰ, সুৰৰ চুমাত
কোন কোন সাৰ পাৱ?
মোৰ গান শুনি, কোন কোন ভোল যাৱ?
মই কোৱা সেই জোনাকী সাধুটো
নাপাহৰিবি
নাপাহৰিবি
নাপাহৰিবি৷৷