Gaonre Jiyori (গাঁৱৰে জীয়াৰী) | Lyrics | Bhupen Hazarika

Song: Gaonre Jiyori (গাঁৱৰে জীয়াৰী)

Singer: Bhupen Hazarika

Gaonre Jiyori Lyrics
Gaonre Jiyori Lyrics

Gaonre Jiyori (গাঁৱৰে জীয়াৰী) Lyrics:—-

গাঁৱৰে জীয়াৰী সপোন সুন্দৰী

গাঁৱতে সৰগ ৰচোঁ মই

মাটিতে সৰগ ৰচোঁ মইদেৱতাই ৰ লাগি চায়।

ধুনীয়া মন মোৰ কুমলীয়া
বাহু দুটি মোৰ লহপহীয়া
কাকনো সাবটিব খুজি
অলিয়া-বলিয়া হয়।


অ’………..
দেহাৰ বৰণ মোৰ চম্পাফুলীয়া
চুলিৰ বৰণ মোৰ এন্ধাৰকʼলীয়া
খোজত মলয়া বয়।
গাঁৱৰে ধাননিৰে ময়েই দাৱনী
মুগাৰে ৰিহাখনিৰ ময়েই বোৱনী
মোক দেশেই সাবটি লয়

মুকলিমূৰীয়া চেনেহ-নিজৰাই

Leave a Comment