Song: Rong Diya Morom (ৰং দিয়া মৰম)
Singer: Zubeen Garg
![]() |
Rong Diya Morom Lyrics |
Rong Diya Morom Lyrics
ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও
ৰামধেনু
ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও
ৰামধেনু
ৰং জীৱনৰে সুখ দুখৰে সজাও ৰামধেনু
এবুকু মৰমৰ বাহিৰে, মোৰ বুলিবলে আছে কিনো
মিঠা মিঠা সপোনে দিঠকক বলাব জানো
ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও
ৰামধেনু
খোজ দিয়া খোজে খোজে ৰম ছায়া হৈ
বাটৰে লগ ললোঁ থাকিম শেষলৈ
সৰু ঘৰ খনি হব সোঁৱানী
তোমাৰ মোৰে মিলনৰে
উৎসৰ পাহিত এধানী হাঁহিত
নোহোৱা হ’ব বেদনা যে
লোৱা সাৱটি মোক বুকুতে
নালাগে নিলিখোঁ কাহিনী
আধা মই আধা তুমি
প্ৰণয়ৰ এখিলা পাততে
আছোঁ দুয়ো আমি
ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও
ৰামধেনু
(জিলিকিছে হয় জানা তিৰবিৰ তিৰবিৰ পোহৰজোৰ মনৰ
তৰা হেঁপাহৰ যত তুমি সোণ জোনাক জোনৰ)
দুনয়নেৰে এটুপাল পানীত
উটি যাব যেন হেঁপাহ মোৰ
হাতো ৰঙেৰে তিৰবিৰ ৰঙে
ৰঙাব খোজো হিয়া তোমাৰ
লোৱা দুবাহুৰে মালাধাৰ
আজলী আজলী মোৰ আৱেগত
অমিয়া অমিয়া মোৰ মনত
জিলমিলিয়া যৌৱনতো
তোমাকেই ৰাখোঁ
ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও
ৰামধেনু
ৰং জীৱনৰে সুখ দুখৰে সজাও ৰামধেনু
এবুকু মৰমৰ বাহিৰে, মোৰ বুলিবলে আছে কিনো
মিঠা মিঠা সপোনে দিঠকক বলাব জানো
ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও
ৰামধেনু