Song: Bisora Morom (বিচৰা মৰম)
Singer: Zubeen Garg
![]() |
Bisora Morom Lyrics |
Bisora Morom Lyrics:—
বিচৰা মৰম দিবানে মৰমী মোক
তুমি ল’বা জানো দুহাতে সাবতি মোক
বিচৰা মৰম দিবানে মৰমী মোক
তুমি ল’বা জানো দুহাতে সাবতি মোক
সোণৰে পালেঙত তুমি উমলিলা
কোমলকৈ দলিছাত তুমি খোজ পেলোৱা
আঁহিবা জানো উৰুঙা পজালৈ মোৰ
তুমি ল’বা জানো দুক আঁদৰি মোক
মৰম মানে নহয় সোণৰে কাৰেং ঘৰ অই
ধুমুহা আহিলে নাথাকে সিও যে ৰ’ই
মৰম মানে নহয় সোণৰে কাৰেং ঘৰ অ’ই …..
ধুমুহা আহিলে নাথাকে সিও যে ৰ’ই …….
জোনাকো নামিব… তৰায়ে খেলিব …তুমি সোণ আহিলে সকলো আহিব…. মোৰে সোণ জীৱনলে…..
আহিবা জানো উৰুঙা পঁজালৈ মোৰ ……
তুমি ল’ৱা জানো দুখকে আদৰি মোক ……
দিবও নোৱাৰো মণি-মুকুতা সোণ অ’ই …..
উকা দুহাতেৰে আছো যে তোমালৈ ৰ’ই ….
দিবও নোৱাৰো মণি-মুকুতা সোণ অ’ই …..
উকা দুহাতেৰে আছো যে তোমালৈ ৰ’ই ……
ডেউকা মেলিছো …উৰিব খুজিছো ….শয়ণে-সপোনে তোমাকেই দেখিছো…. মোৰে মন পদূলিতে
আহিবা জানো উৰুঙা পঁজালৈ মোৰ…..
তুমি ল’ৱা জানো দুখকে আদৰি মোক ………
বিচৰা মৰম দিবানে মৰমী মোক
তুমি ল’বা জানো দুহাতে সাবতি মোক
বিচৰা মৰম দিবানে মৰমী মোক
তুমি ল’বা জানো দুহাতে সাবতি মোক
সোণৰে পালেঙত তুমি উমলিলা
কোমলকৈ দলিছাত তুমি খোজ পেলোৱা
আঁহিবা জানো উৰুঙা পজালৈ মোৰ
তুমি ল’বা জানো দুক আঁদৰি মোক