Lyrics: Eibar Deha O (এইবাৰ দেহা অ’)
Singer: Kumar Sanu
Music: Jayanta Das
lyrist: Tarun Sharma
![]() |
Eibar Deha O Lyrics |
Eibar Deha O Lyrics:—
এইবাৰ দেহা অ’
বুজি পালোঁ মই
মোলৈ যে কিমান মৰম
আছ পদূলিতে ৰৈ…
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ
এইবাৰ দেহা অ’
বুজি পালোঁ মই
মোলৈ যে কিমান মৰম
আছ পদূলিতে ৰৈ…
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ
তোক চেনেহী যে
লাগে নতুন
তৰা চাদৰৰ আঁচলতে
তোৰ হাঁহিটি যে
ৰঙৰ পদুম
নাচে দুপৰৰ পতাহতে
অ’ দেহা…
সেয়ে মন ৰূপতে দহিছে
অ’ দেহা…
সেয়ে মন ৰূপতে দহিছে
এইবাৰ দেহা অ’
বুজি পালোঁ মই
মোলৈ যে কিমান মৰম
আছ পদূলিতে ৰৈ…
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ
তই চেনেহী যে
ইমান আপোন
তুলনাহে নাই বুজাবলৈ
তোক নেদেখিলে নাহে সপোন
ৰওঁ ৰাতি মই উজাগৰে
অ’ দেহা…
মোৰ মন মৰমে দহিছে
অ’ দেহা…
মোৰ মন মৰমে দহিছে
এইবাৰ দেহা অ’
বুজি পালোঁ মই
মোলৈ যে কিমান মৰম
আছ পদূলিতে ৰৈ…
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ