Song: Geet Gabole Kio Mon (গীত গাবলে কিয় মন)
Singer: Zubeen Garg
Geet Gabole Kio Mon Lyrics |
Geet Gabole Kio Mon Lyrics:—
গীত গাবলে কিয় মন যায়
আজি সুৰৰে সন্ধ্যা
গীত গাবলে কিয় মন যায়
Promotion
আজি সুৰৰে সন্ধ্যা
Promotion
গীত আছে কন্ঠ নাই
গীত আছে কন্ঠ নাই
সুৰৰ জননী বন্ধ্যা
গীত গাবলে কিয় মন যায়
আজি সুৰৰে সন্ধ্যা
জীৱনৰ প্ৰভাতি বেলাত
সুৰেৰে খেলিলো খেলা
জীৱনৰ প্ৰভাতি বেলাত
সুৰেৰে খেলিলো খেলা
সুৰ হেৰাল দুৰদুৰনিতে
সুৰ হেৰাল দুৰদুৰনিতে
হেৰালে সৰগী সুধা
গীত গাবলে কিয় মন যায়
আজি সুৰৰে সন্ধ্যা
জীৱনৰ দুপৰ বেলা
সুৰেৰে উৰালো চিলা
অ’ জীৱনৰ দুপৰ বেলা
সুৰেৰে উৰালো চিলা
ৰং হেৰাল নীল আকাশৰে
ৰং হেৰাল নীল আকাশৰে
নামিছে হেঙুলী সন্ধ্যা
গীত গাৱলে কিয় মন যায়
আজি সুৰৰে সন্ধ্যা
গীত গাৱলে কিয় মন যায়
আজি সুৰৰে সন্ধ্যা ।