Song: Mur Akakhot Tumiye Tora (মোৰ আকাশত তুমিয়ে তৰা)
Mur Akakhot Tumiye Tora Lyrics |
Mur Akakhot Tumiye Tora Lyrics:—
মোৰ আকাশত তুমিয়ে তৰা
চিক্-মিক্ আপোন পাহৰা
তোমাৰ সুপ্ত মনৰ ভাষা
মুক্ত কৰাৰ আকুল আশা ।
যোগতৰা তুমি আকাশী পথৰ
নিজকে বিচাৰি নোপোৱা দিনৰ ।
ৰাতিৰ নিজম পৰত দেখা
শুকতৰা মোৰ ৰূপৰ ৰেখা
জীৱনী মাধুৰী বিলাই যোৱা
অসীম সীমাত বিচাৰি নোপোৱা ।।