Song: Nayanor Sokulu Loi (নয়নৰ চকুলো লৈ)
Singer: Bishnu Prasad Rabha
![]() |
Nayanor Sokulu Loi Lyrics |
Nayanor Sokulu Loi Lyrics:—
নয়নৰ চকুলো লৈ
চোৱা কিয় মুখলৈ
কৰুণ অৰুণ আঁখি
বিষাদ পাহিৰে ঢাকি
আছা কিয় তাতে ৰৈ?
ডকা চাকনৈয়া আনি
নিশাৰে কালিমা সানি
নোবোৱাবা লোৰ নৈ ।।
Nice work really appreciate you. val lagil tumar collections dekhi, keep it up…
https://axomia-lyrics.blogspot.com/
আপোনাৰ ব্লগ পঢ়ি বহুত ভাল লাগিল ।
হনুমান চালিছা অসমীয়াত