Song: Sorai Bonoriya (চৰাই বনৰীয়া)
Singer: Jyoti Prasad Agarwala
Sorai Bonoriya Lyrics |
Sorai Bonoriya Lyrics:—
চৰাই বনৰীয়া
মুকলিমূৰীয়া
গাৱ বনৰীয়া গীত
মনে উৰো উৰো
কৰে তোৰ লগতে
মোৰে উৰণীয়া চিত ।
ঊষা জিৰণীয়া
পাই লগৰীয়া
সন্ধিয়াৰ দেশলৈ যায়
অকলেনোশৰীয়া
কৰি মোক সখীয়া
গ’লা মিলনৰে নিশাটি পাই ।।