Song: Gaan ti Jodi Nilikhutei (গানটি যদি নিলিখোঁতেই)
Singer: Jyoti Prasad Agarwala
Gaan ti Jodi Nilikhutei Lyrics |
Gaan ti Jodi Nilikhutei Lyrics:—
গানটি যদি নিলিখোঁতেই
তাৰ সুৰটি বাজি উঠে
পুৱা পোহৰে
চকুপাহিত
ঢৌ তোলোতেও
সাৰ পায়ো নুঠে,
তাক গান নথকা
সুৰটিৰেই
জগাম আথেবেথে ৷৷