Gyanor Sokure Lyrics By Jyoti Prasad Agarwala

Song: Gyanor Sokure (জ্ঞানৰ চকুৰে)

Singer: Jyoti Prasad Agarwala

Gyanor Sokure Lyrics
Gyanor Sokure Lyrics

Gyanor Sokure Lyrics:—

জ্ঞানৰ চকুৰে যেয়ে
জ্ঞানৰ চকুৰে
যেয়ে পৃথিৱী চাবি
স্বৰ্গ বিচাৰি পাবি ৷

নজনাৰপৰা অহা তই কোন
এই পৃথিৱীতে
এই ফুলনিতে
তই বন-ভাত খাবি ৷

মহা শিল্পীয়ে ৰচিলে পৃথিৱী
ফুলনি ….
তই যে মানুহ
আহিলি শিল্পী
পৃথিৱী ধুনীয়া কৰা

আজি জান অন্তৰে অন্তৰে
মানুহৰ সত্তা সুন্দৰ
মানুহ কল্পী, মানুহ শিল্পী
মানুহ খনিকৰ ৷৷                 

Leave a Comment