Jag Bharotor Nabajuwan Lyrics By Jyoti Prasad Agarwala

Song: Jag Bharotor Nabajuwan (জাগ ভাৰতৰ নৱজোৱান)

Singer: Jyoti Prasad Agarwala

Jag Bharotor Nabajuwan Lyrics
Jag Bharotor Nabajuwan Lyrics

Jag Bharotor Nabajuwan Lyrics:–

জাগ ভাৰতৰ নৱজোৱান
জাগ ভাৰতৰ নৱজোৱান
বিশ্ব বিজয়ী নৱজোৱান!
কিহৰ শঙ্কা কিহৰ ভয়
কপালত তোৰ জিলিকে জয় ৷

জাগা…. জাগা…
জাগা দুৰ্ম্মদ নৱজোৱান
জাগা অৰ্জ্জুন সম হৈ
ক্লৈবতা (?) এৰি থৈ
তোৰ যুঁহৰ সাৰথি ভগৱান
জাগা দুৰ্ম্মদ নৱজোৱান ৷৷

Leave a Comment