Singer: Pran Deep
Lyrics :Pran Deep,Bitupan Borah
Lyrics :Pran Deep,Bitupan Borah
Promotion
অ…… অ’ …….. অ’ …. অ’…
ছা ৰা ৰা
মৰমৰে কলিজা
মোৰেনো হোৱানা
বুকুতে বাজিছে
প্ৰেমৰে গগণা
Promotion
মৰমৰে কলিজা
মোৰেনো হোৱানা
বুকুতে বাজিছে
প্ৰেমৰে গগণা
এন্ধাৰৰ ৰাতি মোৰ
জোনাক সিঁচি দিয়ানা
চকুতে চকু থৈ
মায়া সানি দিয়ানা
মৰমৰে কলিজা
মোৰেনো হোৱানা
বুকুতে বাজিছে
প্ৰেমৰে গগণা
(Music)…
এপল দুপল কৈ
সময়ো বাগৰে
মৰম বাঢ়িছে
সপোনে চিঞৰে
তোমাৰ পৃথিৱীত
মোৰেনো পৰিচয়
তোমাৰ হাতেৰে
লিখোঁনে প্ৰণয়
মনৰে কথাবোৰ
খুলি মোক কোৱানা
চকুতে চকু থৈ
মায়া সানি দিয়ানা
মৰমৰে কলিজা
মোৰেনো হোৱানা
বুকুতে বাজিছে
প্ৰেমৰে গগণা
(Music)…
সাগৰৰে নীলা
তুমি যেন চিলা
উৰাবলে মন মোৰ
বুজি কে নোপোৱা
সাগৰৰে নীলা
তুমি যেন চিলা
উৰাবলে মন মোৰ
বুজি কে নোপোৱা
অ’.. অভিমান সামৰি
সাৱটি লোৱানা
চকুতে চকু থৈ
মায়া সানি দিয়ানা
মৰমৰে কলিজা
মোৰেনো হোৱানা
বুকুতে বাজিছে
প্ৰেমৰে গগণা
অ………অ…… অ’ …. অ’….
ছা ৰা ৰা…..।