Aane Juwa Bate Lyrics |
Promotion
Song: Aane Juwa Bate
Promotion
Singer: Zubeen Garg
Film: Dinabandhu
Aane Juwa Bate Lyrics
আনে যোৱা বাটে নোযোৱা ছোৱালী জনী
পোৱা নে চিনি
পোৱা নে চিনি …….(2X)
নৈ পাৰত এছটা শিলত বহি
পানীৰ কোভা চাই
সোনবৰণীয়া চুলি তাৰি মেলি
তাই জানো কি পাই…..(2X)
বুকুত বিছাৰে কান পাতি তাই
সুৰৰ গুন গুননী
আনে যোৱা বাটে নোযোৱা ছোৱালী জনী
পোৱা নে চিনি
পোৱা নে চিনি
AssameseLyrical.com
ডিঙা বাই বাই নাওঁৰিয়া আহে যায়
তাইলৈ কেৰাহী কৈ চাই
তাইৰ কাষলৈ যাও কি নাযাও কৈ
নাওখন নিয়ে চপাই……(2X)
পাৰলৈকে নে গৈ উঠিব সিহঁত
নৈৰে উৰঙা পানী
আনে যোৱা বাটে নোযোৱা ছোৱালী জনী
পোৱা নে চিনি
পোৱা নে চিনি