Promotion
Song: Nubuju Nubuju
Album: Ringa Ringa Mon
Singer: Zubeen Garg
Nubuju Nubuju Lyrics
Promotion
নুবুজোঁ নুবুজোঁ বিচাৰো কিয়নো
মৰমে মৰমক বিচাৰে কিয়নো
মৰমে মৰমক বিচাৰে কিয়নো
বুজাও কিদৰে নু মই অই মন মুৰ
বুজিও নুবুজু তই
ফুলৰু ধেমালি বতাহৰ আমনি
হৃদয়ৰো গান তাত
কিও নুবুজে কিয় নাভাবে
আছোহি যে মই ইয়াত
কিয় নুবুজে কিয় নাভাবে
আছোহি যে মই ইয়াত
নুবুজোঁ নুবুজোঁ বিচাৰো কিয়নো
মৰমে মৰমক বিচাৰে কিয়নো
নুবুজোঁ নুবুজোঁ বিচাৰো কিয়নো
মৰমে মৰমক বিচাৰে কিয়নো
জোনাকে উপচা বনৰে গাত
ফাগুনৰ বতাহে উৰুৱাই পাত
চকুৰে নেদেখা উৰনি তাত
মৰমৰ নদীৰে চিনাকী ঘাত
শুনেনে নুশুনে চিঞৰি মাতিলে
বুকু যেন ফাতিহে যায়
দিনবোৰো যায় ৰাতিবোৰো যায়
সঁহাৰি পাবলৈ নাই
কিয় নুবুজে কিয় নাভাবে
আছোহি যে মই তাত
কিয় নুবুজে কিয় নাভাবে
আছোহি যে মই ইয়াত
নুবুজোঁ নুবুজোঁ বিচাৰো কিয়নো
মৰমে মৰমক বিচাৰে কিয়নো
নুবুজোঁ নুবুজোঁ বিচাৰো কিয়নো
মৰমে মৰমক বিচাৰে কিয়নো
চেনেহে নামানে নিয়্ম সদা্য়
মন মৰ দুৰলে গুছিহে যা্য়
হৃদয়য়ে বিছাৰে লগৰী সদা্য়
ক্ষনবোৰ সমানে উৰিহে যায়
শুনেনে নুশুনে চিঞৰি মাতিলে
বুকু যেন ফাতিহে যায়
দিনবোৰো যায় ৰাতিবোৰো যায়
সহাৰি পাবলৈ নায়
কিয় নুবুজে কিয় নাভাবে
আছোহি যে মই ইয়াত
…
নুবুজোঁ নুবুজোঁ বিচাৰো কিয়নো
মৰমে মৰমক বিচাৰে কিয়নো
নুবুজোঁ নুবুজোঁ বিচাৰো কিয়নো
মৰমে মৰমক বিচাৰে কিয়নো
বুজাও কিদৰেনো মই অ‘ মন মোৰ
বুজিও নুবুজ তই
ফুলৰো ধেমালি বতাহৰ আমনি
হৃদয়ৰ গান তাত
কিয় নুবুজে কিয় নাভাবে
আছোহি যে মই ই্য়াত
কিয় নুবুজে কিয় নাভাবে
আছোহি যে মই ইয়াত
নুবুজোঁ নুবুজোঁ বিচাৰো কিয়নো
মৰমে মৰমক বিচাৰে কিয়নো
নুবুজোঁ নুবুজোঁ বিচাৰো কিয়নো
মৰমে মৰমক বিচাৰে কিয়নো