Jonome Jonome Lyrics

Promotion


Song: Jonome Jonome 

Promotion

Singer: Nilav Nita ft Joy Nirvan

Jonome Jonome Lyrics


ৰ’ লাগি 

ৰৈ ৰৈ চাম 

তই মানা কৰিলেও 

মৰমতে চুমাটি দিম

তই ৰঙা চিঙা পৰিলেও 

খঙত হ’লেও হাঁহি দে 

তোলৈ চাই সুখী হ’ম 

মই অভিমানী হ’লেও 

অভিমান নহ’ব কম 

জনমে জনমে 

মৰম দি উমলাম 

মই তোৰ অভিমানক 

জানিলেও জগতে জানক 

তোক লাগে মোক 

নালাগে আনক

প্ৰ্তিটো পুৱা আবেলি 

তোক লাগে কম 

ভগবানক 

তোৰ লগতে 

জীৱ্ন জীয়াই ল’ম 

তোৰ লগতে 

মৰিও চায় হ’ম 

সাৰথি হৈ থাকিবি 

দুচকুতে সঁজাই থ’ম 

AssameseLyrical.com

 

উকাকৈ কপালত 

লিখি ল’ম তোৰে নাম

বহুতৰে মাজতে 

মই মাথোঁ তোলৈ চাম 

শুদাকৈ হ’লেও 

তোৰ হাতেৰে এমুঠি খাম 

লগতে মই জীয়াই লৈ 

লগত মই 

মৰি যাম 

জনমে জনমে 

মৰম দি উমলাম 

মই তোৰ অভিমানক 

জানিলেও জগতে জানক 

তোক লাগে মোক 

নালাগে আনক

প্ৰ্তিটো পুৱা আবেলি 

তোক লাগে কম 

ভগবানক 

তোৰ লগতে 

জীৱ্ন জীয়াই ল’ম 

তোৰ লগতে 

মৰিও চায় হ’ম 

সাৰথি হৈ থাকিবি 

দুচকুতে সঁজাই থ’ম 

জনমে জনমে 

জনমে জনমে 

মৰম দি উমলাম 

Leave a Comment