Song: Tumi Aji Mur
Singer: Zubeen Garg
Tumi Aji Mur Lyrics
তুমি আজি মোৰ
জীৱন বাটৰ লগৰী হ’লা । (২)
মোৰে জীৱনলে তুমি
মোৰ আপোন হ’লা । (২)
তুমি আজি মোৰ
জীৱন বাটৰ লগৰী হ’লা ।
সুখ আহে যায়
দুখ আহে যায়
অকাতৰে পাৰ হৈ যায় । (২)
কিমান যে ধুমুহা
কিমান যে ধুমুহা
তথাপি প্ৰেমৰ
চাঁকি যে নুনুমায় । (২)
AssameseLyrical.com
পাওঁ বা নাপাওঁ
পুনৰ এই জীৱন
হ’ব জানো
আশা পুৰণ । (২)
কিমান যে প্ৰৰণা
কিমান যে প্ৰৰণা ।
সহযাত্ৰী আমি যে
দুয়ো যুগে যুগে । (২)
তুমি আজি মোৰ
জীৱন বাটৰ লগৰী হ’লা
তুমি আজি মোৰ
জীৱন বাটৰ লগৰী হ’লা… ।