Deeplina Deka sings the lyrics of Gun Gun. Rahul Gautam Sarmah wrote the words for the Assamese song “Gun Gun,” which was composed by Pallab Talukdar. Deeplina Deka directed the music video for the song “Gun Gun,” which stars Pranami Bora, Deeplina Deka, and Prayash Phukan.
Song : Gun Gun
Singer : Deeplina Deka
Music Composer : Pallab Talukdar
Lyrics : Rahul Gautam Sarmah
Director : Deeplina Deka
Cast : Pranami Bora, Deeplina Deka, Prayash Phukan
Find More Assamese Lyrics on AssameseLyrical.com
Gun Gun Song Lyrics in English
Proti puwaa mur ainaat
Mure sinaaki puwaat
Dhunaa jolaa mur xondhiyaat
Ujjoliyaa rode huwaa
Gun Gun Song Lyrics in Assamese
প্ৰটি পোৱা মোৰ আইনাত
মোৰে চিনাকি পোৱাত
ধুনা জ্বলা মোৰ সন্ধিয়াত
উজলীয়া ৰ’দে হোৱা
এই গুন গুন গুন গুন জোনালীৰ
পোহৰত তুমি মই
এই ৰুন জুন ৰুন জুন আলাপৰ
স্বৰগম তুমি মই
এই গুন গুন গুন গুন গধুলীৰ
ধুলিবোৰ তুমি মই
এই ৰুন জুন ৰুন জুন আলাপৰ
সুৰ তাল তুমি মই
প্ৰটি পোৱা মোৰ ঠাপনাত
এগচি চাকি পোৱা
ধুনা জ্বলা মোৰ সন্ধীয়াত
উজলীয়া ৰ’দে হোৱা
এই গুন গুন গুন গুন জোনালীৰ
পোহৰত তুমি মই
এই ৰুন জুন ৰুন জুন আলাপৰ
স্বৰগম তুমি মই
এই গুন গুন গুন গুন গধুলীৰ
ধুলিবোৰ তুমি মই
এই ৰুন জুন ৰুন জুন আলাপৰ
সুৰ তাল তুমি মই