Debashish Gogoi’s Xopun Rani Lyrics is the most recent Assamese song. Sameer Shekhar wrote the lyrics for Xopun Rani, and Palash Gogoi composed the music. Deepjyoti Mahanta, Yasashree Bhuyan, and Hina Kashyap appeared in the song video.
Song “Xopun Rani Lyrics”
Singer : Debasish Gogoi
Composition : Sameer Shekhar
Lyrics by : Sameer Shekhar
Music : Palash Gogoi
Mix & Mastered by : Palash Gogoi
Find More Assamese Lyrics on AssameseLyrical.com
Xopun Rani Lyrics in English
Tur dusokur dhuniyai
…………………………Music…………………………
…………………………..Music…………………………..
তোৰ দুচকুৰ ধুনিয়াই
মোৰ কলিজা খায় তই অভিমান কৰিলে
মৰম লাগি যায়
তোৰ দুচকুৰ ধুনিয়াই
মোৰ কলিজা খায় তই অভিমান কৰিলে
মৰম লাগি যায়
মই বুকুৰে মাজতে ৰাখিছো সদায়
তোক বিচাৰো কাষতে
তই জাননে নাই
তোৰ দুচকুৰ ধুনিয়াই
মোৰ কলিজা খায় তই অভিমান কৰিলে
মৰম লাগি যায়
তই দিবি নে মৰম সানি
এই বহাগত বিহুৱান খনি
তই লবিনে খোপাতে গুজি
মই আনি দিম কপৌ পাহীঁ
মোৰ বুকুৰে মাজৰে তই সপোন ৰানী
তোক ভালে পাও জান ঐ সচাকে কিজানি
তোক দুচকুৰ ধুনিয়াই মোৰ কলিজা খায়
তই অভিমান কৰিলে মৰম লাগি যায়
ভাল লাগেনে আতৰি থাকি
ভয় লাগেনে এৰি যাম বুলি
তই যদিও ন’লো মানি
তই সচায়ে অভিমানি
মোৰ বুকুৰে মাজৰে তই সপোন ৰানী
তোক ভালে পাও জান ঐ সচাকে কিজানি
তোৰ দুচকুৰ ধুনিয়াই
মোৰ কলিজা খায় তই অভিমান কৰিলে
মৰম লাগি যায়