Rajanigandha Song Lyrics, Rajanigandha Neel Akash and Subasana Dutta sang the lyrics. Ajoy Phukan wrote the words and composed the music for the Assamese song “Rajanigandha.”
Song: Rajanigandha
Singer: Neel Akash, Subasana Dutta
Lyrics: Ajoy Phukan
Music: Ajoy Phukan
Cast: Mridul Bhuyan, Sarmistha Chakravarty
Rajanigandha Lyrics in English
Rong xani diyaa na
Morom barhibo tatiya
Rong xani diya na
Morom barhibo tatiya
Tup tup koi premor boroxun
Junaake junake xoribo
Tip tip koi junaki kareng
Rongin bukut ujolibo
Mur hiyaat phule
Epaahi Rajanigandha
Xugondhi bilai phure
Tezi ronga ati pokhila
Tumi buli umolehi
Bukur sitol saat
Rong xani luwana
Morom barhibo tatiya
Tup tup koi premor boroxun
Junaake junake xoribo
Tip tip koi junaki kareng
Rongin bukut ujolibo
Gun gunai hur tula
Hiyai hiyaai nasi ruwa
Gun gunai hur tula
Hiyai hiyaai naasi ruwa
Premor raginite morom bulai
Ati mitha gaan huwa
AssameseLyrical.com
Mur hiyaat phule
Epaahi Rajanigandha
Xugondhi bilai phure
Tezi ronga ati pokhila
Tumi buli umolehi
Bukur sitol saat
Rong xani luwana
Morom barhibo tatiya
Mone prane mur huwa
Xisi diya valpuwa
Mone prane mur huwa
Xisi diya valpuwa
Omiya premor rang tula
Shobi aakim aamar
Mur hiyaat phule
Epaahi Rajanigandha
Xugondhi bilai phure
Tezi ronga ati pokhila
Tumi buli umolehi
Bukur sitol saat
Rong xani luwana
Morom barhibo tatiya
Rajanigandha Lyrics in Assamese
ৰং সানি দিয়ানা
মৰম বাঢ়িব তেতিয়া
ৰং সানি দিয়ানা
মৰম বাঢ়িব তেতিয়া
টোপ টোপ কৈ প্ৰেমৰ বৰষুণ
জোনাকে জোনাকে সৰিব
টিপ টিপ কৈ জোনাকী কাৰেং
ৰঙীন বুকুত উজলিব
মোৰ হিয়াত ফুলে
এপাহি ৰজনীগন্ধা
সুগন্ধি বিলাই ফুৰে
তেজিৰঙা এটি পখিলা
তুমি বুলি উমলোহি
বুকুৰ শীতল শাত
ৰং সানি লোৱানা
মৰম বাঢ়িব তেতিয়া
টোপ টোপ কৈ প্ৰেমৰ বৰষুণ
জোনাকে জোনাকে সৰিব
টিপ টিপ কৈ জোনাকী কাৰেং
ৰঙীন বুকুত উজলিব
গুন গুনাই সুৰ তোলা
হিয়াই হিয়াই নাচি ৰোৱা
গুন গুনাই সুৰ তোলা
হিয়াই হিয়াই নাচি ৰোৱা
প্ৰেমৰ ৰাগিনীতে মৰম বুলাই
এটি মিঠা গান হোৱা
মোৰ হিয়াত ফুলে
এপাহি ৰজনীগন্ধা
সুগন্ধি বিলাই ফুৰে
তেজিৰঙা এটি পখিলা
তুমি বুলি উমলোহি
বুকুৰ শীতল শাত
ৰং সানি লোৱানা
মৰম বাঢ়িব তেতিয়া
মনে প্ৰাণে মোৰ হোৱা
সিচি দিয়া ভালপোৱা
মনে প্ৰাণে মোৰ হোৱা
সিচি দিয়া ভালপোৱা
অমিয়া প্ৰেমৰ ৰং তোলা
ছৱি আকিম আমাৰ
মোৰ হিয়াত ফুলে
এপাহি ৰজনীগন্ধা
সুগন্ধি বিলাই ফুৰে
তেজিৰঙা এটি পখিলা
তুমি বুলি উমলোহি
বুকুৰ শীতল শাত
ৰং সানি লোৱানা
মৰম বাঢ়িব তেতিয়া