Rowd Lyrics, Neel Akash is the singer of the song. Palash Surya Gogoi composed the music for the Assamese song Rowd, and he also wrote the lyrics.
Song: Rowd
Singer: Neel Akash
Music: Palash Surya Gogoi
Lyrics: Palash Surya Gogoi
Find More Assamese Lyrics on AssameseLyrical.com
Rowd Lyrics in English
Holai jetiya rowd hun rowd hoiye thaka
Tukhar huwa bukut ekhoni hagor huwa
Diba nixa tumi tumi dubala nijor buli
Tumi mure deepawali
Nila nila sokujuri narakhiba dhaki dhaki
Jabo khuju tatei dubi
Holai jetiya rowd hun rowd hoiye thaka
Tukhar huwa bukut ekhoni hagor huwa
Ekebarei murenu hoi suwa
Abhiman dur durote thuwa
Xoru xoru bakhor hahi
Diya mure bukut dhali o..
Diba nixa tumi tumi dubala nijor buli
Tumi mure deepawali
Nila nila sokujuri narakhiba dhaki dhaki
Jabo khuju tatei dubi
Holai jetiya rowd hun rowd hoiye thaka
Tukhar huwa bukut ekhoni hagor huwa
Fagunore rongbur butoli
Nothoba mule xaunote dim buli
Endhar raati puhor tumi
Dekhu junak tumi junaki
Aei.. Diba nixa tumi tumi dubala nijor buli
Tumi mure deepawali
Nila nila sokujuri narakhiba dhaki dhaki
Jabo khuju tatei dubi
Holai jetiya rowd hun rowd hoiye thaka
Rowd Lyrics in Assamese
হলাই যেতিয়া ৰ’দ সোণ ৰ’দ হৈয়েই থাকা
তুষাৰ হোৱা বুকুত এখনি সাগৰ হোৱা
দিবা নিশা তুমি তুমি ডুবালা নিজৰ বুলি
তুমি মোৰে দিপাৱলী
নীলা নীলা চকুযুৰি নাৰাখিবা ঢাকি ঢাকি
যাব খুজো তাতেই ডুবি
হলাই যেতিয়া ৰ’দ সোণ ৰ’দ হৈয়েই থাকা
তুষাৰ হোৱা বুকুত এখনি সাগৰ হোৱা
একেবাৰেই মোৰেনো হৈ চোৱা
অভিমান দূৰ দূৰতে থোৱা
সৰু সৰু বাখৰ হাহি
দিয়া মোৰে বুকুত ঢালি অ’
দিবা নিশা তুমি তুমি ডুবালা নিজৰ বুলি
তুমি মোৰে দিপাৱলী
নীলা নীলা চকুযুৰি নাৰাখিবা ঢাকি ঢাকি
যাব খুজো তাতেই ডুবি
হলাই যেতিয়া ৰ’দ সোণ ৰ’দ হৈয়েই থাকা
তুষাৰ হোৱা বুকুত এখনি সাগৰ হোৱা
ফাগুনৰে ৰংবোৰ বুটলি
নথবা মোলে শাওনতে দিম বুলি
এন্ধাৰ ৰাতি পোহৰ তুমি
দেখো জোনাক তুমি জোনাকী
এয়েই দিবা নিশা তুমি তুমি ডুবালা নিজৰ বুলি
তুমি মোৰে দিপাৱলী
নীলা নীলা চকুযুৰি নাৰাখিবা ঢাকি ঢাকি
যাব খুজো তাতেই ডুবি
হলাই যেতিয়া ৰ’দ সোণ ৰ’দ হৈয়েই থাকা